ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যিক কৰ্মচাৰী সকললৈ সুখবৰ।
অসমক আন্দোলন বিৱৰ্জিত পৰিৱেশৰ প্ৰয়োজনৰ পৰা আৰম্ভ কৰি পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী বাতৰিকাকত NEW YORK TIMESয়ে বিশ্বৰ ৫২ পৰ্যটনক্ষেত্ৰৰ অসমক চতুৰ্থ স্থানত ৰখালৈ এই ক্ষেত্ৰত ৰাজ্যবাসীলৈ অভিনন্দন জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যিক কৰ্মচাৰী সকললৈ সুখবৰ। ১ এপ্ৰিলৰ পৰা নগদবিহীন হ’ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। পহিলা এপ্ৰিলৰ পৰা নগদবিহীন ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি লগতে ১৩ হেজাৰ ফিক্সড পে, মাষ্টাৰৰোল কৰ্মচাৰীক ঘৰভাড়া, বানচ দিয়াৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে লাভ কৰিব পুৰণি পেঞ্চন আঁচনিৰ সুবিধা।
আমি প্ৰায়ে অসমৰ পথৰ দুৰৱস্থাৰ বাতৰি লাভ কৰো। জৰাজীৰ্ণ পথৰ বাবে বহু সময়ত ৰাইজে প্ৰতিবাদ কৰাও দেখা যায়। পথত থকা গাঁতৰ বাবে সংঘটিত হয় বহু দুৰ্ঘটনা। কেৱল গাঁও বুলিয়ে নহয় ৰাষ্ট্ৰীয় ঘাইপথসমূহতো সৃষ্টি হয় গাঁতৰ।কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই,অতি সহজে সমাধান হ’ব পথত থকা গাঁতৰ সমস্যা। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰিছে এক বিশেষ ঘোষণা।প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতাল আৰু কলেজসমূহত উপলব্ধ হ’ব এই সেৱা।ৰাজ্যত বাট-পথত থকা গাঁতৰ সমস্যা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে শীঘ্ৰেই ৰাজ্যত PWD এপ মুকলি কৰাৰ এক বিশেষ ব্যৱস্থা হাতত লৈছে