Browsing Category
Assam
আজি বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ অসমৰ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰেৎ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস!-->…
স্বল্পৱসনাৰ পৰা এতিয়া ভগৱা বস্ত্ৰধাৰী হ’ল মমতা
চলিত মহা কুম্ভত বিভিন্ন কাৰণত বহু সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ এগৰাকী অভিনেত্ৰী । বলিউডৰ জনপ্ৰিয় ছৱি কৰণ অৰ্জুনৰ নায়িকা মমতা কুলকাৰ্ণী এইবাৰ সন্ন্যাস গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ।
৯০ দশকৰ!-->!-->!-->…
আজি সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী
আজি সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। সুভাষ চন্দ্ৰ বসু অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী,!-->…
আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন
আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন। ১৮৭৭চনৰ ২২জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত জন্ম হৈছিল তৰুণৰাম ফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃৰ নাম ভাগীৰথী। তৰুণৰাম ফুকনে গুৱাহাটীত অধিবক্তা হিচাপে যথেষ্ট সুনাম কৰিছিল।
১৯১৪চনত ভাৰতৰ!-->!-->!-->…
আৰক্ষীৰ জিম্মাত অভিনেতা ছেইফ আলী খানৰ আক্ৰমণকাৰী
দেওবাৰে থানেত বলীউডৰ অভিনেতা ছেইফ আলী খানক ছুৰীৰে আঘাত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ছেইফ আলী খানৰ ঘৰত সংঘটিত হোৱা চাঞ্চল্যকৰ আক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে জনোৱা মতে অভিযুক্তৰ নাম শ্বৰিফুল ইছলাম শ্বেহজাদ আৰু তেওঁ!-->…
ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ সন্ধানত ব্যস্ত মুম্বাই আৰক্ষী
ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তেওঁৰ আক্ৰমণকাৰীৰ সন্ধান অব্যাহত আছে । আক্ৰমণকাৰীৰ সন্ধানত মুম্বাই আৰক্ষীয়ে ৩০টাতকৈও অধিক আৰক্ষীৰ দল মোতায়েন কৰিছে। বৰ্তমান লীলাৱতী হাস্পাতালত চিকিৎসাধীন হৈ থকা অভিনেতাজন ক্ৰমাৎ সুস্থ হৈ উঠিছে খান।
!-->!-->!-->…
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ড
১৯০ মিলিয়ন পাউণ্ডৰ আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে । লগতে তেওঁৰ পত্নী বুছৰা বিবিক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আল-কাদিৰ ইউনিভাৰ্চিটি প্ৰজেক্ট ট্ৰাষ্টৰ সৈতে!-->…
সপ্তাহযোৰা কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক'ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক!-->…
কাশ্মীৰত জেদ-মৰ্থ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ১০.৪৫ বজাত শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰি সোণামাৰ্গলৈ ৰাওনা হয় । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাত ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জেদ-মৰ্থ সুৰংগ উদ্বোধন কৰি সোণামাৰ্গ!-->…
প্ৰয়াগৰাজত আজিৰে পৰা মহা কুম্ভ মেলা
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজিৰে পৰা আৰম্ভ হৈছে মহা কুম্ভ মেলা। মেলাৰ প্ৰথম দিনটোতেই আজি পৌশ পূৰ্ণিমাৰ প্ৰথম স্নান। ১২ কিলোমিটাৰ অঞ্চল জুৰি নিৰ্মাণ কৰা স্নান ঘাটবোৰলৈ ভক্তৰ লানি নিচিনা সোত বৈছে। সংগমলৈ যোৱা সকলো প্ৰৱেশ পথতে ভক্তৰ ভিৰ। বাছ!-->…