Browsing Category
Assam
আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস
আজি অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম সাহিত্য সভাই অতিক্ৰম কৰিলে ১০৮টাকৈ বছৰ । ১৯১৭ চনত স্থাপিত অসম সাহিত্য সভাত বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু!-->!-->!-->…
আজি পৱিত্ৰ বৰদিন
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি!-->…
বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান
বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে সদৰী কৰা অনুসৰি ৰাজ্যজুৰি পুনৰ আৰম্ভ হ'ল বাল্য বিবাহ বিৰোধী অভিযান । এইবাৰ ৰাজ্যজুৰি তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হৈছে । শদিয়াৰ পৰা!-->…
ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খৱৰ!
ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খৱৰ আনিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।আজি লখিমপুৰত উপস্থিত হৈ কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত দেওবাৰে অসম চৰকাৰৰ ‘বিকাশৰ ১২দিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘোষণা!-->…
লণ্ডনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী
লণ্ডনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী । দুই সন্তানৰ সৈতে লণ্ডনৰ বাসিন্দা হ'ব বিৰাট-অনুষ্কা ।
বৰ্তমান অষ্ট্ৰেলিয়াত আছে টিম ইণ্ডিয়াৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। তাৰ মাজতেই ক্ৰিকেটাৰ গৰাকীয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মা তথা!-->!-->!-->!-->!-->…
গুৱাহাটীত অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন
খানাপাৰাৰ পশু চিকিৎসালয় খেল পথাৰত লাইখুঁটা স্থাপন । ২৭ ডিচেম্বৰ ২০২৪ ৰ পৰা ৭ জানুৱাৰী ২০২৫ লৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হব এই গ্ৰন্থমেলা । এশৰো অধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব গ্ৰন্থ মেলাত ।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু!-->!-->!-->…
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ।
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । বাছাৰ আল আছাদৰ পতনৰ পিছৰে পৰা ইজৰাইলে ছিৰিয়াত অহৰহ আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ সেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণৰ মাজতে শেহতীয়াকৈ ছিৰিয়াত ভয়ংকৰ ভূমিকম্প বোমাৰ আক্ৰমণ চলাইছে ।!-->…
৯০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল
নদী পৰ্যটনক কেন্দ্ৰ হিচাপে লৈ অসম পৰ্যটন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল।মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হৈছে এই মহোৎসৱ।এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে!-->…
আজি কিংবদন্তি অভিনেতা ৰাজ কাপুৰৰ জন্মদিন
আজি ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ শতবাৰ্ষিক জন্মদিন ৷ অভিনেতা ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা মনোৰঞ্জন জগতৰ সৈতে জড়িত আছিল ৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু!-->…
পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ
প্ৰায় ১৪ মাহ ধৰি অবিৰত ভাৱে চলা ইজৰাইল আৰু হিজবুল্লাহৰ ভয়াবহ যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণাৰ বাবে সন্মতি জনায় ইজৰাইল আৰু হিজবুল্লাহে । যুদ্ধ বিৰতি ঘোষণা হোৱাৰ ১৫ দিনৰ পিছতেই পোহৰলৈ আহিছে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য ।
ইজৰাইলে!-->!-->!-->…