Browsing Category

International

“আমাৰ চুবুৰীয়াই মানৱীয়তাৰ হত্যা কৰিছে”-ফাৰুক আব্দুল্লা

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । সোমবাৰে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্স দলৰ মুৰব্বী গৰাকীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে হোৱা

বিপদৰ সময়ত দেশবাসীৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশ্ব জোঁকাৰি গ'ল পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই । এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল ছৌদি আৰৱ ভ্ৰমণত । কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ লাভ কৰিয়েই তৎক্ষণাত ভ্ৰমণসূচী আধাতে সামৰি আজি পুৱাই নতুন দিল্লীত

GMCHৰ কেঞ্চাৰ হাস্পাতালত মুকলি হ’ল ৰ’বটিক ছাৰ্জাৰী সেৱা

বহাগ বিহুৰ প্ৰাকক্ষণত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য খণ্ডত ইতিহাস সৃষ্টি কৰি আজিৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ কেঞ্চাৰ বিভাগত প্ৰৱৰ্তন কৰা হৈছে অত্যাধুনিক অংক'-ৰবটিক অস্ত্ৰোপ্ৰচাৰৰ সুবিধা । এই অত্যাধুনিক সেৱা মুকলি কৰে ৰাজ্যৰ

ভাৰতৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিত বাধা, বিপদত বাংলাদেশ

যি সময়ত বাংলাদেশৰ ওপৰত ট্রাম্প প্রশাসনে ৩৭ শতাংশ শুল্ক আৰোপ কৰি দেশখনৰ অৰ্থনীতি কোঙা কৰি পেলাইছে, সেই সময়তে ভাৰতৰ কঠোৰ সিদ্ধান্তই আৰু অধিক কোঙা কৰি পেলাইছে বাংলাদেশক।বাংলাদেশৰ অন্তৰ্ৱতীকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণত

দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ

বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা

চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?

ধ্বংসস্তুপত পৰিণত ম্যানমাৰ, বেংকক

প্ৰকৃতিৰ ৰোষত দুখন দেশ । ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ । ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল বেংকক আৰু ম্যানমাৰ চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত চিঞৰ-বাখৰ কৰি ৰাজপথত দৌৰা দেখা

২০২৫ বৰ্ষৰ “ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…

২০২৫ বৰ্ষৰ "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ল’বেল মেৰিটাইম লিডাৰ্ছৰ সৈতে