Browsing Category

International

আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী

শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে

আজিৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব IPL ২০২৫ৰ প্ৰথমখন মেচ । মেচৰ পূৰ্বে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে IPL ৰ অষ্টাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান । সন্ধিয়া ৭বজাৰ পৰা

ধৰাৰ বুকুলৈ আগমন সুনীতা উইলিয়ামছৰ

বিগত বৰ্ষৰ ৫ জুন তাৰিখে মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল সুনীতা উইলিয়ামচ আৰু বেৰী বুশ্ব উইলমৰক। কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ৭ দিনৰ বাবে মহাকাশলৈ যোৱা দুয়োগৰাকী মহাকাশচাৰী আৱদ্ধ হৈ থাকিল ৯ মাহলৈ। আমেৰিকাৰ মহাকাশ

নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান

মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প'ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ

আজি‌ আন্তৰ্জাতিক নাৰী দিৱস।

আজি‌ আন্তৰ্জাতিক নাৰী দিৱস। মহিলাসকলৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন । সমগ্ৰ বিশ্বজুৰি আজি এই বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে । এই দিৱসৰ প্ৰাথমিক উদ্দেশ্য হৈছে নাৰীৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই তেওঁলোকক সমতা আৰু অধিকাৰৰ দিশত

এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ

৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,

৮ মার্চত জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন। অহা ৮ মার্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ। এম ডি ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ

ভয়াবহ দুৰ্ঘটনাত মৃত্যু ১২ গৰাকী শিক্ষাৰ্থীৰ

ব্ৰাজিলত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত ১২ জন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিহত হয় । ছাও পাওলো ৰাজ্যৰ ৰিবেইৰাও প্ৰেট’ চহৰৰ সমীপত ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন বাছ আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ১৯

আজি বিশ্ব মাতৃভাষা দিৱস

আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১

কানাডাৰ টৰন্ট’ত বিমান দুৰ্ঘটনা

সোমবাৰে বিয়লি টৰন্টো পিয়ৰছন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তেই এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ডেল্টা এয়াৰ লাইনছৰ বিমানখনে আলকাতৰাত দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰে । জানিব পৰা মতে বিমানখনত ৮০ জন যাত্ৰী উপস্থিত আছিল । ইয়াৰে ২২ জন কানাডিয়ান