Browsing Category
Lifestyle
আজি চুকাফা দিৱস
আজি অসম দিৱস বা চুকাফা দিৱস । আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে । ১৯৮৭ চনৰ পৰা অসম চৰকাৰে বৰ অসমৰ ভেটি গঢ়োঁতা চাওলুং চুকাফাৰ পৱিত্ৰ স্মৃতিত ২ ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে!-->…
আজি বিশ্ব এইডছ দিৱস
প্ৰতি বছৰে ডিচেম্বৰৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় । বিশ্ব এইডছ দিৱসে এইচ আই ভি/এইডছৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখনৰ কথা সোৱৰায় আৰু এই ৰোগত প্ৰাণ হেৰুওৱা লোকসকলক সন্মান জনায়।
১৯৮৮ চনত প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল!-->!-->!-->…
আপোনাৰ শিশুটিক অতিমাত্ৰা মোবাইল ব্যৱহাৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব?
আজিৰ ডিজিটেল যুগত শিশুসকলক মোবাইলৰ পৰা আঁতৰাই ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান, কিন্তু সঠিক কৌশলৰ সহায়ত ইয়াক সম্ভৱ কৰি তুলিব পাৰি ।
দিনটোৰ ভিতৰত এনে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক । বিকল্প কাৰ্য্যকলাপ আগবঢ়াওকযিবোৰ কাৰ্য্যকলাপ মোবাইলৰ সৈতে!-->!-->!-->…
শীতকালত কেনেকৈ ল’ব আপোনাৰ স্বাস্থ্যৰ যতন?
শীতকালত স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ঠাণ্ডা বতৰে আপোনাৰ শৰীৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাব পাৰে। শীতকালত সুস্থ হৈ থাকিবলৈ কিছুমান মূল টিপছ দিয়া হ’ল:
১/ উষ্ণ সাজ-পোছাক পিন্ধক- শৰীৰটো তাপ আৱদ্ধ কৰিবলৈ কেইবাটাও স্তৰৰ কাপোৰ!-->!-->!-->…
আমলখিৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতা
আমলখি এবিধ অতি পুষ্টিকৰ ফল । ই স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । আমলখিৰ কিছুমান মূল উপকাৰিতাৰ বিষয়ে জানো আহক:
আমলখি ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যিয়ে ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰে, ছালৰ যত্ন লয় । শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে!-->!-->!-->…
চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা
বনৌষধিসমূহ হ'ল প্ৰাকৃতিকভাৱে পুষ্টিকৰ, শক্তিশালী আৰু পুনৰুদ্ধাৰকাৰী গুণ থকা উপাদান । এই গুণসমূহৰ বাবে চুলিৰ যতন ল'বলৈ যুগ যুগ ধৰি বনৌষধি ব্যৱহাৰ কৰি থকা হৈছে। এই বনৌষধি সমূহৰ ব্যৱহাৰে আপোনাৰ চুলিকোচা মজবুত কৰি ৰাখে।
আমলাৰ উপকাৰিতা-!-->!-->!-->…
শীতকালত আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখক
শীতকালে আপোনাৰ ছালখনক সমস্যাত পেলাব পাৰে, কিয়নো ঠাণ্ডা, শুকান বতাহৰ ফলত আপোনাৰ আপোনাৰ ছালৰ উজ্জলতা নোহোৱা হ'ব পাৰে আৰু আপোনাৰ ছালখন শুকান হৈও পৰিব পাৰে । ঠাণ্ডা দিনত আপোনাৰ ছালখন মসৃণ আৰু সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ কিছুমান টিপছ দিয়া!-->…
আজি ষঠ পূজা
আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী!-->…
আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা
ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই!-->…
বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু
মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।
১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা!-->!-->!-->…