Browsing Category
North East
গ্ৰেপ্তাৰ হ’ল ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰৱঞ্চক দীপাংকৰ
অৱশেষত দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযান কালত আৰক্ষীৰ দলটোৱে দীপাংকৰ লুকাই থকা গোৱাৰ!-->…
বিধ্বংসী বানপানী আৰু অসম
উত্তৰ-পূব ভাৰতৰ অসম প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত এখন নাম জ্বলা ৰাজ্য, বিশেষকৈ বাৰিষা কালত বছৰি হোৱা বিধ্বংসী বানপানীৰ বাবে । মূলতঃ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ উফন্দি উঠাৰ ফলত সৃষ্টি হোৱা এই বানপানীয়ে অঞ্চলটোৰ লাখ লাখ লোকৰ জীৱন!-->…
শিল্পী নীলপৱন বৰুৱালৈ তেখেতৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি
আজন্ম প্ৰেমিক শিল্পী নীলপৱন বৰুৱা । ৰং-তুলিকাৰ যাদুকৰী সম্ৰাট নীলপৱন বৰুৱা । আজি তেখেতৰ মৃত্যু তিথি ।
কেনভাচ উকা হ'লেও অমৰ হৈ ৰ'ল প্ৰেম কাহিনী। যি ভালপোৱা নীলপৱন বৰুৱাই জানিছিল,সেই ভালপোৱা 'তোমাক ভালপাওঁ' বুলি কোৱা বেছিভাগেই নাজানে।!-->!-->!-->…
ৰাজহুৱা হ’ল ৰতন টাটাৰ ইচ্ছাপত্ৰ
মানুহৰ বাবে জীয়াই থকা মানুহজন নাইকিয়া হোৱাৰ প্ৰায় এটা পষেক পাৰ হ'ল । কেৱল দেশৰে নহয়, বিশ্বৰ এক কিংবদন্তি উদ্যোগপতি আছিল ৰতন টাটা । ৯ অক্টোবৰৰ নিশা ১১.৩০ বজাত মুম্বাইৰ ৮৬ বছৰ বয়সত ৰতন টাটাই ইহলীলা সম্বৰণ কৰে । টাটাৰ মৃত্যুৰ পিছতেই!-->…
মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিল এক ডাঙৰ খবৰ ।
মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিল এক ডাঙৰ খবৰ । ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে বিশেষ নিৰ্দেশনা । আগন্তক ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি!-->!-->!-->…
আজি কাতি বিহু।
আজি সমূহ ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম হ’ল কাতি বিহু । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কঙালে গ্ৰাস কৰা এই সময়ছোৱাতে!-->…
আজি ধনৰ অধিষ্ঠাত্ৰীৰ পূজা ।
আজি লক্ষ্মী পূজা।
ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। অনাগত দিনবোয় ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই!-->!-->!-->…
আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।
মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী।
১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ!-->!-->!-->…
আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ
ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো!-->!-->!-->…
দুৰ্গা পূজা উপলক্ষে গুৱাহাটী পৌৰনিগমৰ স্বচ্ছ প্ৰতিযোগিতা
সমাগত শাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাকলৈ গুৱাহাটী পৌৰনিগমে আয়োজন কৰিছে স্বচ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজা সমিতিয়ে কৰিব লাগিব আৱেদন। এই প্ৰতিযোগিতাত ১৭৫ খন দূৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰষ্কাৰ ।
প্ৰতিযোগিতাত!-->!-->!-->…