Browsing Category
Top News
মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা
চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?!-->…
প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু
জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ!-->…
ধ্বংসস্তুপত পৰিণত ম্যানমাৰ, বেংকক
প্ৰকৃতিৰ ৰোষত দুখন দেশ । ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ । ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল বেংকক আৰু ম্যানমাৰ চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত চিঞৰ-বাখৰ কৰি ৰাজপথত দৌৰা দেখা!-->…
ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা, বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে?
সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সাংবাদিকক আক্ৰমণ কৰাটো আজি কালি তেনেই সামান্য কথা হৈ পৰিছে । সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিবেশন কৰি আহিছো । কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী!-->…
সদনৰ মজিয়াত জেওৰা-জপনা, ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতা বিৰোধীৰ
২১ মার্চত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ চতুৰ্দশ দিনটোত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰা অভব্য আচৰণৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী । বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ আজি বিৰোধীয়ে সদনৰ উত্তাল কৰি তোলে । নিৰাপত্তা বিচাৰি!-->…
আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী
শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে!-->…
ধৰাৰ বুকুলৈ আগমন সুনীতা উইলিয়ামছৰ
বিগত বৰ্ষৰ ৫ জুন তাৰিখে মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল সুনীতা উইলিয়ামচ আৰু বেৰী বুশ্ব উইলমৰক। কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ৭ দিনৰ বাবে মহাকাশলৈ যোৱা দুয়োগৰাকী মহাকাশচাৰী আৱদ্ধ হৈ থাকিল ৯ মাহলৈ। আমেৰিকাৰ মহাকাশ!-->…
বিকাশ আৰু প্ৰগতিৰ লক্ষ্যৰে মিজোৰামলৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ
তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিছে দেশৰ গৃহমন্ত্ৰীগৰাকী। উত্তৰ পূবৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে,কাৰ্যপন্থা হাতত লোৱাৰ লক্ষ্যৰে এই ভ্ৰমণ গৃহমন্ত্ৰীগৰাকীৰ। আজি দিনৰ ভাগত গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাৱত উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ!-->…