Browsing Category
Top News
এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ
৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,!-->…
ভয়াবহ দুৰ্ঘটনাত মৃত্যু ১২ গৰাকী শিক্ষাৰ্থীৰ
ব্ৰাজিলত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত ১২ জন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিহত হয় । ছাও পাওলো ৰাজ্যৰ ৰিবেইৰাও প্ৰেট’ চহৰৰ সমীপত ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন বাছ আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ১৯!-->…
দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী
মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ জ্বলাই!-->…
চৌদি আৰৱত বানৰ বিভীষিকা
ধাৰাষাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে চৌদি আৰৱত । সোমবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহুকেইখন চহৰত বানৰ সৃষ্টি হৈছে । প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিৰ লগতে হোৱা প্ৰচণ্ড বৰষুণে স্থানীয় বাসিন্দাৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মাইছে ।
এই বৰষুণৰ!-->!-->!-->…
বুলেট-প্ৰুফ গ্লাচেৰে পুনৰ মেৰামতি গেলেক্সি এপাৰ্টমেণ্টৰ
ছলমানৰ বাসগৃহ গেলেক্সি এপাৰ্টমেণ্টত মেৰামতিৰ কাম চলি থকাৰ মাজতেই এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। গেলেক্সি এপাৰ্টমেণ্টৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছেৰে মেৰামতি কৰা দেখা গৈছে। ঘৰৰ চাৰিওফালে হাই!-->…
নেপালত ৭.১ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প
আজি পুৱা নেপালত অনুভূত হয় প্ৰবল ভূমিকম্পৰ জোকাৰণি । এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেলতকৈ অধিক ।
বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, পশ্চিমবঙ্গ আৰু মণিপুৰতো পুৱা নেপাল-চীন সীমান্ত অঞ্চলৰ সমীপত অনুভূত হোৱা ভূমিকম্পৰ প্ৰভাৱ দেখিবলৈ!-->!-->!-->…
ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ
চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ। চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তৰ লগে লগে বিশ্বজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিভিন্ন ধৰণে!-->…
আজি মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি
আজি ভাৰতীয় বিজ্ঞানী, উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি ।
১৯১৯ চনৰ ১২ আগষ্টত তাহানিৰ বোম্বেত জন্মগ্ৰহণ কৰিছিল বিক্ৰম অম্বালাল সাৰাভায়ে । বিখ্যাত সাৰাভাই পৰিয়ালত জন্মলাভ কৰা বিক্ৰম সাৰাভাইৰ!-->!-->!-->…
ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খৱৰ!
ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খৱৰ আনিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।আজি লখিমপুৰত উপস্থিত হৈ কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত দেওবাৰে অসম চৰকাৰৰ ‘বিকাশৰ ১২দিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘোষণা!-->…
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ।
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । বাছাৰ আল আছাদৰ পতনৰ পিছৰে পৰা ইজৰাইলে ছিৰিয়াত অহৰহ আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ সেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণৰ মাজতে শেহতীয়াকৈ ছিৰিয়াত ভয়ংকৰ ভূমিকম্প বোমাৰ আক্ৰমণ চলাইছে ।!-->…