আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ
ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো!-->!-->!-->…
দুৰ্গা পূজা উপলক্ষে গুৱাহাটী পৌৰনিগমৰ স্বচ্ছ প্ৰতিযোগিতা
সমাগত শাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাকলৈ গুৱাহাটী পৌৰনিগমে আয়োজন কৰিছে স্বচ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজা সমিতিয়ে কৰিব লাগিব আৱেদন। এই প্ৰতিযোগিতাত ১৭৫ খন দূৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰষ্কাৰ ।
প্ৰতিযোগিতাত!-->!-->!-->…
দুৰ্গা দেৱীৰ ৯টা ৰূপ আৰু ইয়াৰ মহত্ব
আজিৰ পৰা আৰম্ভ হ'ল শাৰদীয় নৱৰাত্ৰি। নৱৰাত্ৰিৰ সময়চোৱাত মা দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰা হয়। দুৰ্গা দেৱীৰ ৯টা ৰূপ কি কি আৰু এই ৰূপসমূহৰ মহত্বৰ বিষয়ে আপুনি জানেনে?
দুৰ্গা মাৰ প্ৰথমটো ৰূপ হৈছে শৈলপুত্ৰী। নৱৰাত্ৰিৰ প্ৰথমদিনা মা!-->!-->!-->…
নিজ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে জন্মদাত্ৰী মাতৃয়ে ।
ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে!-->…
“টি ২০ ক্ৰিকেট আৰু ভাৰত” ।
২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা County মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলT-20 বিশ্বকাপৰ। ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে T-20 ক্ৰিকেটক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০!-->!-->!-->…
আজি বিশ্ব গঁড় দিৱস ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে খ্যাতি লাভ কৰাৰ অন্যতম কাৰণ হৈছে এশিঙীয়া গড় । কিয়নো এশিঙীয়া গঁড় কেৱল অসমতেই পোৱা যায় । এশিঙীয়া গড় হৈছে অসমৰ গৌৰৱ ।
আজি বিশ্ব গঁড় দিৱস । সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব গঁড় দিৱসৰ । এই দিৱস পালন কৰাৰ!-->!-->!-->…
আজি ৰাণা দাৰ ওপজা দিন ।
অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি জন্মবাৰ্ষিকী। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰা জয়ন্ত হাজৰিকাই অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰিছিল। তেওঁ কণ্ঠ নিগৰোৱা চিৰসেউজ!-->…
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং ।
জল্পনা-কল্পনাৰ অন্ত!
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং । আতিশী বৰ্তমান দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী । সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী । পলকতে আতিশীৰ ৰাজনৈতিক কেৰিয়াৰৰ!-->!-->!-->…
এমপক্স ভাইৰাছ কি?
বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা এমপক্সক পূৰ্বে মাংকিপক্স বুলি কোৱা হৈছিল। এমপক্স ভাইৰাছ হৈছে এবিধ সংক্ৰামক ৰোগ। সাধাৰণতে এন্দুৰ, শহাপহু আদি এমপক্সত আক্ৰান্ত হোৱা দেখা গৈছিল প্ৰথম অৱস্থাত। পৰৱৰ্তী সময়ত এই ভাইৰাছ মানুহলৈ সংক্ৰমিত হয়। এমপক্স!-->!-->!-->…
হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি? গঢ়ি তোলক এই ৫টা অভ্যাস ।
আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ। সাধাৰণ মানুহৰ মাজত প্ৰায়ে হৃদযন্ত্ৰৰ সমস্যা দেখা যায়।
হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি? গঢ়ি তোলক এই ৫টা অভ্যাস ।
বৰ্তমান সময়ত বিভিন্ন ৰোগে মানুহক ভাৰাক্ৰান্ত!-->!-->!-->!-->!-->…