Browsing Tag

assam

“মই Resign দিম”-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সাংসদ গৌৰৱ গগৈ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দৰাচলতে কেইমাহ মান পূৰ্বৰে পৰা দেশৰ ৰাজনীতিত তোলপাৰ লগাই আছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগে । শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী

বিপদৰ সময়ত দেশবাসীৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিশ্ব জোঁকাৰি গ'ল পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই । এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল ছৌদি আৰৱ ভ্ৰমণত । কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ লাভ কৰিয়েই তৎক্ষণাত ভ্ৰমণসূচী আধাতে সামৰি আজি পুৱাই নতুন দিল্লীত

ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে ৱাকফ বিৰোধী আন্দোলন

দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। অসমৰো ভিন ভিন‌ ঠাইত শ শ লোকে এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীতো উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থা নেমছু'ৰ দৰং জিলা

মোদীৰ সংগ ত্যাগ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰশৰ নেতৃত্বত ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিয়ে NDAৰ সৈতে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দেওবাৰে আম্বেদকাৰ জয়ন্তী উপলক্ষে পাটনাত দলীয় কর্মীসকলক দিয়া ভাষণৰ সময়ত এই কথা

GMCHৰ কেঞ্চাৰ হাস্পাতালত মুকলি হ’ল ৰ’বটিক ছাৰ্জাৰী সেৱা

বহাগ বিহুৰ প্ৰাকক্ষণত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য খণ্ডত ইতিহাস সৃষ্টি কৰি আজিৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ কেঞ্চাৰ বিভাগত প্ৰৱৰ্তন কৰা হৈছে অত্যাধুনিক অংক'-ৰবটিক অস্ত্ৰোপ্ৰচাৰৰ সুবিধা । এই অত্যাধুনিক সেৱা মুকলি কৰে ৰাজ্যৰ

ভাৰতৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিত বাধা, বিপদত বাংলাদেশ

যি সময়ত বাংলাদেশৰ ওপৰত ট্রাম্প প্রশাসনে ৩৭ শতাংশ শুল্ক আৰোপ কৰি দেশখনৰ অৰ্থনীতি কোঙা কৰি পেলাইছে, সেই সময়তে ভাৰতৰ কঠোৰ সিদ্ধান্তই আৰু অধিক কোঙা কৰি পেলাইছে বাংলাদেশক।বাংলাদেশৰ অন্তৰ্ৱতীকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণত

দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ

বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

পুনৰ IPLত অভিলেখ হাৰ্ডিক পাণ্ডিয়াৰ

চলিত আই পি এলত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই মুম্বাই ইণ্ডিয়ানছৰ দলটো । বৰ্তমানলৈ ৪খন মেচ খেলি দলটোৱে মাথোঁ এখন মেচত হে জয়লাভ কৰিবলৈ সক্ষম হৈছে । লগতে সময়ে সময়ে সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে দলটো । কিয়নো গুজৰাট টাইটানছৰ