দেশৰ পৰৱৰ্তী লোকপিয়লত অন্তৰ্ভুক্ত হ’ব জাতিগত গণনা
দেশৰ বাবে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশত সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনা কৰাৰো পোষকতা মোদী চৰকাৰৰ। দেশৰ পৰৱৰ্তী লোকপিয়লত প্ৰথমবাৰৰ বাবে কৰা হ’ব জাতিৰ গণনা।লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু!-->…