Browsing Tag

dnortheast

ৰাষ্ট্ৰীয় নায়ক তথা অধিনায়ক বিক্ৰম বাত্ৰাৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি ।

৯ ছেপ্টেম্বৰত ভাৰতে কাৰ্গিল যুদ্ধৰ নায়ক তথা সাহস আৰু ত্যাগৰ প্ৰতীক কেপ্তেইন বিক্ৰম বাত্ৰাক স্মৰণ কৰি তেওঁৰ জন্মদিন উদযাপন কৰে। ১৯৭৪ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশৰ পালামপুৰত জন্মগ্ৰহণ কৰিছিল বিক্ৰম বাত্ৰাই ।ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষণ থকা

অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী ড°ভূপেন হাজৰিকা ।

আজি অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ গায়ক সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ মহান কৰ্মৰাজি সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ কৰ্মৰাজিৰ গীত আৰু কথাৰে স্মৰণ কৰে। অসমীয়া সংগীত জগতত হাজাৰ হাজাৰ

আজি গণেশ চতুৰ্থী। সিদ্ধি বিনায়কৰ পূজা–অৰ্চনাৰে মুখৰ সমগ্ৰ অসম ।

আজি গণেশ চতুৰ্থী। গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে হিন্দুসকলৰ এক পৱিত্ৰ উৎসৱ । গণেশৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয় এই উৎসৱ । এই সময়ত গণেশ দেৱতাই তেওঁৰ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয়।

চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা

আপোনাৰ সুন্দৰ চুলিকোচাৰ যত্ন ল'বৰ বাবে প্ৰাকৃতিক বনৌষধি ব্যৱহাৰ কৰিলে আপোনাৰ চুলিকোচা মজবুত আৰু কোমল হ’ব পাৰে। এই বনৌষধিৰ ব্যৱহাৰে আপোনাৰ চুলি আৰু অধিক সতেজ কৰি ৰাখিব । তাৰেই কিছু টিপছ তলত উল্লেখ কৰা হ'ল । এল'ভেৰা: মূৰৰ ছাল কণ্ডিচনিং

প্ৰথমটো ইতিবাচক খবৰ । পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ তালিকাত সংযোজন পঞ্চমটো পদক

দেশৰ হৈ পদক অৰ্জন কৰিলে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে । পেৰিছ পেৰা অলিম্পিকত এক ভাৰতীয় ইতিহাস ৰচনা কৰিলে ৰুবিনা ফ্ৰান্সিছে। শ্বুটিঙৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰালিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ৰুবিনা। ক্ৰীড়া

পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০

অমিতা আৰু ইয়াৰ উপকাৰিতা

অমিতা এক সু-স্বাদু ফলেই নহয়, এক পুষ্টিকৰ খাদ্যও ।অমিতা হৈছে উপকাৰীতাৰে ভৰপূৰ গ্রীষ্মকালীন এক ফল যিয়ে আপোনাৰ খাদ্যত এক মূল্যৱান সংযোজন আনে। ভিটামিন A, C, আৰু Eৰে সমৃদ্ধ অমিতাই ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছালৰ সৌন্দৰ্য বৰ্ধন কৰে