Browsing Tag

dnortheast

মধ্য আমোৰিকাত ভয়ংকৰ দুৰ্ঘটনা

সোমবাৰে মধ্য আমেৰিকাৰ এখন অতি সৰু দেশ গুৱেটামালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ দলঙৰ ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৱে সমগ্ৰ দেশখনতেই শোকৰ ছাঁ পেলাইছে। দেশৰ

চকলেটৰ গুণাগুণ

চকলেটৰ গুণাগুণ যথেষ্ট ভাল। ই বহুতো বেমাৰৰ ক্ষেত্ৰত স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ ডাৰ্ক চকলেটত থকা এন্টিঅক্সিডেণ্টে শৰীৰৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ কিছুমান গুণাৱলী তলত দিয়া হৈছে: হৃদযন্ত্ৰৰ স্বাস্থ্য: ডাৰ্ক চকলেটত থকা ফ্লাভনইডস

দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী

মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ জ্বলাই

আমেৰিকাৰ পৰা বাহিৰ হ’ল প্ৰবাসী ভাৰতীয়, প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰীক জবাবদিহি কৰিলে বিৰোধীয়ে

শপত গ্ৰহণৰ পিছতেই অবৈধ অনুপ্ৰবেশকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । সেই অনুসৰিয়ে ১০৪ জন ভাৰতীয়ক আমেৰিকাৰ সামৰিক বিমান চি১৪৭ ৰে ভাৰতলৈ ঘূৰাই পঠায় ট্ৰাম্প প্ৰশাসনে । হাতত হেণ্ডকাফ আৰু

আজি বিশ্ব কৰ্কট ৰোগ দিৱস

বিশ্ব কৰ্কট দিৱস (World Cancer Day) প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এই দিৱসটোৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, আৰু সেই ৰোগৰ পৰা বাচিবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰৰ ওপৰত আলোকপাত কৰা। ১৯৩৩ চনত বিশ্ব স্বাস্থ্য

মুকলি হ’ল কপিলীৰ ওপৰত মৰিগাঁও-জাগীৰোড সংযোগী দলং

যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে জাগীৰোড সমষ্টিৰ অন্তৰ্গত জাগী ভকতগাঁৱত নিৰ্মিত মৰিগাঁও জাগীৰোড সংযোগী দলংখন আজি সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে শুভ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । জাগী ভকতগাঁৱত এক বিশাল জনসভা সম্বোধন

আজি কলাগুৰুৰ জন্মবাৰ্ষিকী

আজি বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম বাৰ্ষিকী। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো সমগ্ৰ

আজি বাথৌ পূজা

বাথৌ পূজা বা বাথৌ উৎসৱ অসমৰ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰেৎ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস

স্বল্পৱসনাৰ পৰা এতিয়া ভগৱা বস্ত্ৰধাৰী হ’ল মমতা

চলিত মহা কুম্ভত বিভিন্ন কাৰণত বহু সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ এগৰাকী অভিনেত্ৰী । বলিউডৰ জনপ্ৰিয় ছৱি কৰণ অৰ্জুনৰ নায়িকা মমতা কুলকাৰ্ণী এইবাৰ সন্ন্যাস গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে । ৯০ দশকৰ

আজি সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী

আজি সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। সুভাষ চন্দ্ৰ বসু অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী,