“আমাৰ চুবুৰীয়াই মানৱীয়তাৰ হত্যা কৰিছে”-ফাৰুক আব্দুল্লা
পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । সোমবাৰে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্স দলৰ মুৰব্বী গৰাকীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে হোৱা!-->…