বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ “সাংসদ ৰত্ন-২০২৫” সন্মান
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ ‘সংসদ ৰত্ন বঁটা’ৰ বাবে মনোনীত কৰা হৈছে । প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ!-->…