Browsing Tag

top news portal in north east

শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব চুমী বৰা

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা হাই-প্ৰফাইল ট্ৰেডিং কেলেংকাৰিৰ গোচৰৰ সৈতে জড়িত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী চুমী বৰাক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। আদালতৰ এই সিদ্ধান্তই বিষয়টোৰ সৈতে জড়িত সকলো বিচাৰাধীন গোচৰৰ পৰা

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ “সাংসদ ৰত্ন-২০২৫” সন্মান

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ ‘সংসদ ৰত্ন বঁটা’ৰ বাবে মনোনীত কৰা হৈছে । প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ

গৌৰৱ গগৈৰ নাম কটা গ’ল, ভাৰত চৰকাৰে নিদিলে গৌৰৱ গগৈক নিৰাপত্তা CLEARANCE

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশ ভ্ৰমণ কৰিব ভাৰতৰ সাংসদ সকলে । ৫৯ জন সাংসদ ৭ টা দলত বিভক্ত হৈ বিশ্বৰ ভিন্ন দেশলৈ গৈ সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী আগবঢ়াব । কিন্তু তাতো লাগিছে অথন্তৰ । কিয়নো কংগ্ৰেছৰ সাংসদৰ তালিকাত পূৰ্বতে অসমৰ সাংসদ

নিৰাপত্তা বৃদ্ধি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক কেন্দ্ৰীয় চৰকাৰে বৰ্ধিত সুৰক্ষা প্ৰদান কৰিছে। বৰ্তমান জেড কেটেগৰী নিৰাপত্তা প্ৰদান কৰা চি আৰ পি এফে এতিয়া তেওঁৰ কনভয়ত অতিৰিক্ত বুলেটপ্ৰুফ বাহন

অপাৰেচন সেন্দুৰে পাকিস্তানক দিলে সঠিক উত্তৰ

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে গ্ৰহণ কৰিছিল প্ৰত্যাক্ৰমণৰ পদক্ষেপ। এই প্ৰত্যাক্ৰমণক ভাৰতে নামাকৰণ কৰিছিল অপাৰেচন সেন্দুৰ হিচাপে । পাকিস্তান আৰু পাকিস্তান অধিকৃত

যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি

সেৱা আচৰণ উলংঘা কৰাৰ অভিযোগত চাকৰি হেৰুৱালে জোৱান মুনীৰ আহমেদে

পহলগাম আক্ৰমণৰ পিছৰ পৰাই ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বিৰাজমান হৈ পৰিছে। সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ভাৰত-পাকিস্তানৰ সীমান্ত। ভাৰতলৈ অহা বা ভাৰতত থকা পাকিস্তানী নাগৰিকসকলক ঘূৰি যাবলৈ নিৰ্দেশনাও প্ৰদান কৰা হৈছে । কিন্তু তাৰ মাজতেই

দেশৰ পৰৱৰ্তী লোকপিয়লত অন্তৰ্ভুক্ত হ’ব জাতিগত গণনা

দেশৰ বাবে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশত সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনা কৰাৰো পোষকতা মোদী চৰকাৰৰ। দেশৰ পৰৱৰ্তী লোকপিয়লত প্ৰথমবাৰৰ বাবে কৰা হ’ব জাতিৰ গণনা।লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু

ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি উন্মোচন

বৃহস্পতিবাৰে ৰাজ্যজুৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। তেওঁৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় । বড়ো জাতিৰ কাৰণে অজস্ৰ ত্যাগ স্বীকাৰ কৰা

“আমাৰ চুবুৰীয়াই মানৱীয়তাৰ হত্যা কৰিছে”-ফাৰুক আব্দুল্লা

পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । সোমবাৰে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্স দলৰ মুৰব্বী গৰাকীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে হোৱা