Browsing Tag

top news portal in north east

ঘোষণা হ’ল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । এপ্ৰিলৰ ২ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ এপ্ৰিলত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৬৩০টা

চলিত বৰ্ষৰ সম্পতিৰ কৰৰ সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল

২৪-২৫ বৰ্ষত ১লাখ ১৬ৰ গৃহৰ ভিতৰত ১লাখ ১০হাজাৰ ঘৰৰ পৰা কৰ সংগ্ৰহ কৰে গুৱাহাটী পৌৰ নিগমে । ১৩০ কোটিৰ লক্ষ্যৰ ভিতৰ ৮০-৮৫কোটি টকা সংগ্ৰহ কৰ। ঘৰৰ লগতে দোকানসমূহৰ পৰা ২৭কোটি টকা সংগ্ৰহ হয়। এতিয়াও প্ৰায় ২৫ হাজাৰে ট্ৰেড প্ৰত্ৰ লোৱা নাাই পৌৰ নিগমৰ

প্ৰধানমন্ত্ৰীৰ MSME কেন্দ্ৰীক অৰ্থনৈতিক বিকাশৰ পোষকতা

দেশৰ অৰ্থনীতিত MSME ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । দেশৰ বিকাশৰ ক্ষেত্ৰত MSMEয়ে এক পৰিবৰ্তনশীল ভূমিকা পালন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে MSME খণ্ডৰ ওপৰত অনুষ্ঠিত এখনি ৱেবিনাৰত ভিডিঅ' কনফাৰেন্সৰ যোগে অংশগ্ৰহণ কৰি MSME ৰ বিষয়ে কিছু

৮ মার্চত জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন। অহা ৮ মার্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ। এম ডি ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ