ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে ৱাকফ বিৰোধী আন্দোলন
দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। অসমৰো ভিন ভিন ঠাইত শ শ লোকে এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীতো উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থা নেমছু'ৰ দৰং জিলা!-->…