Browsing Tag

waqf board

সংশোধনীৰ পিছত কি কি সাল-সলনি হ’ল ৱাকফ বিলত?

১. যিসকলে ধৰ্ম সলনি কৰি ইছলাম ধৰ্মক কিছুদিন আগতহে গ্ৰহণ কৰিছে, আৰু যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫বছৰো হোৱা নাই তেনে ন মুছলমান সকলে ৱাকফ ব'ৰ্ডক নিজৰ সম্পত্তি এতিয়া দান দিব নোৱাৰিব । ২. কোনো ব্যক্তিয়ে সেই মাটিহে দান কৰিব পাৰিব,